Premier Senior Secondary School

ESTD.2018

Image
"A memorable gathering celebrating unity, discipline, and the spirit to dare to dream and care to achieve.” "
Image 1
"The Pre-Bhogali Celebrations 2026 at Premier Senior Secondary School highlighted the rich cultural heritage and festive enthusiasm of the students"
Image 2
“Annual Sports Day Celebration 2025, celebrating energy, teamwork, and the true spirit of sports.”
Image 3
“Transforming traditional classrooms into digital learning hubs with interactive boards, multimedia content, and real-time engagement.”
Image 4
“Students engaged in practical experiments in a fully equipped laboratory, fostering scientific curiosity and innovation.”
Image 5
“A Calligraphy and Dance Workshop at Premier Senior Secondary School, encouraging artistic skills and creative expression among students.”

Words from the Principal

Principal

আমাৰ বিদ্যালয়খন শিক্ষাৰ উৎকর্ষতা, নৈতিক মূল্যবোধ আৰু ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ লক্ষ্যৰে প্ৰতিশ্ৰুতিবদ্ধ। আমি বিশ্বাস কৰোঁ যে শিক্ষা কেৱল জ্ঞান আহৰণ নহয়, ই হৈছে চৰিত্ৰ গঠন আৰু ব্যক্তিত্ব বিকাশৰ এক প্ৰক্ৰিয়া। আমাৰ অভিজ্ঞ আৰু নিবেদিতপ্ৰাণ শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ইতিবাচক চিন্তা, দায়িত্ববোধ আৰু আত্মবিশ্বাস গঢ়ি তুলিবলৈ সদায় প্ৰচেষ্টা চলাই আছে।

আমাৰ বিদ্যালয়ত শৃংখলা, সততা, নতুন চিন্তা আৰু পাৰস্পৰিক সন্মানক গুৰুত্ব দিয়া হয়। আমি ছাত্ৰ-ছাত্ৰীৰ কেৱল পৰীক্ষাত সফলতা নহয়, জীৱনত সফল আৰু দায়িত্বশীল নাগৰিক হিচাপে গঢ়ি তোলাৰ লক্ষ্য লৈ আগবাঢ়িছোঁ। আপোনালোকক আমাৰ বিদ্যালয়ৰ শৈক্ষিক কাৰ্যসূচী, সাফল্য আৰু বিভিন্ন কাৰ্যকলাপৰ বিষয়ে অধিক জানিবলৈ এই ৱেবছাইট পৰিদৰ্শন কৰিবলৈ আহ্বান জনালোঁ। আহক, আমি সকলোৱে মিলি আমাৰ সন্তানসকলৰ উজ্জ্বল ভৱিষ্যৎ গঢ়ি তোলোঁ।

- Pranita Baruah
M.A. (Double) B. Ed.

Events

What Students Say

Student

rishiraj

"nothing"

100% student pass rate
Contact Us
×

Contact Us

Phone: +91 9876543210

Email: info@college.com

Address: Your College Address